চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ
চেঙাৰ বাঘমাৰাচৰত পঞ্চায়ত বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ ফলত ভোটৰ তালিকাত বিসংগতি হোৱাৰ অভিযোগ
পঞ্চায়ত পুনঃনিৰ্ধাৰণৰ পিছত চেঙা সমিষ্টিৰ ৭২ নং!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি - মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু-সন্তক লগ পালে আপোনাৰ!-->!-->!-->…
ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন
ডিগবৈত তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি-বাৰ্ষিক অধিবেশন ।
পুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি সোনমনি চলিহাই, স্মৃতিতৰ্পন কৰে সম্পাদক কাঞ্চন বৰা আৰু সুধাকণ্ঠ ভুপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি ত!-->!-->!-->!-->!-->!-->!-->!-->!-->…
জুৰীয়াৰ কৃষকৰ মূৰত ৰামটাঙোন ৷
জুৰীয়াৰ কৃষকৰ মূৰত ৰামটাঙোন ৷ অথলে গল কৃষকৰ কপালৰ ঘাম আৰু গাঠিৰ ধন৷জুৰীয়াৰ পাইকাৰী বজাৰত পানীৰ দৰত বিক্ৰী শাক পাচলি ।
বিক্ৰী কৰিবলৈ অনা পাচলি একাংশই বিক্ৰী কৰিব নোৱাৰাত কৃষকৰ চকুত চকুলো। জুৰীয়াৰ কৃষকসকলে এইবেলি অভিলেখ পৰিমানৰ!-->!-->!-->!-->!-->!-->!-->…
চৌধুৰী বজাৰস্থিত মধ্যম চামৰালিত ওৱাজৰ প্ৰস্তুতি আৰম্ভ।
চৌধুৰী বজাৰস্থিত মধ্যম চামৰালিত ওৱাজৰ প্ৰস্তুতি আৰম্ভ।
দ্বিতীয়তম বাৰ্ষিক ওৱাজ মেহফিলৰ আয়োজন কৰিছে মাদ্ৰাছা পৰিচালনা সমিতিয়ে।
আল জামিয়াতুছ ছালিহাত মাদ্ৰাছাতুল বানাতত বছেৰেকীয়া ওৱাজ মেহফিলৰ আয়োজন।
অহা ১৩ জানুৱাৰী ৰোজ!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি - জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভাল ভাৱে বিবেচনা কৰক ।কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনা সমূহক ভালকৈ!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : আপুুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব । গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। বন্ধুৰ লগত ঘুৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব।!-->…
নতুন বছৰতে যুগ্ম জীৱনৰ পাতনি মেলিব বেহাৰবাৰী আউট পোষ্টৰ ‘মোহন’খ্যাত অভিনেতা দীপজ্যোতি…
বেহাৰবাৰী আউট পোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনত এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে। বেহাৰবাৰী আউট পোষ্টৰ মোহন চৰিত্ৰৰে সকলোৰে মনজয় কৰিছে দীপজ্যোতি কেওটে।নতুন বৰ্ষৰ প্ৰাকক্ষণত নতুন খবৰ দিলে মোহন!-->!-->!-->!-->!-->…
ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষকৰ বাবে অভিনন্দন অনুষ্ঠান
ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষকৰ বাবে অভিনন্দন অনুষ্ঠান
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ নৱ নিযুক্ত নিয়মীয়া অধ্যক্ষ ডাঃ মনোজ কুমাৰ ব্ৰহ্মৰ বাবে ফকিৰাগ্ৰাম মহাবিদ্যালয়ে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত!-->!-->!-->…
লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লামডিঙত ১২ বছৰীয়া কিশোৰৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পূৱ লামডিং পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত এগৰাকী কিশোৰৰ মৃতদেহ নিজ বাসগৃহৰ ৰান্ধনীশালত উদ্ধাৰ কৰে ৷ পৰিয়ালৰ লোকে কিশোৰ গৰাকীক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰাক লৈ সমগ্ৰ অঞ্চলজুৰি!-->…