আজি ২৫/১২/২০২৪ তাৰিখ বুধবাৰ দিনজোৰা কাৰ্যসূচী গুৱাহাটী বেলতলাৰ লতাকতা সূৰ্যদয় ক্লাবত কেন্দ্ৰীয়…
আজি ২৫/১২/২০২৪ তাৰিখ বুধবাৰ দিনজোৰা কাৰ্যসূচী গুৱাহাটী বেলতলাৰ লতাকতা সূৰ্যদয় ক্লাবত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াত কেন্দ্ৰীয়, জিলা, আঞ্চলিক সমিতিৰ সকলো বিষাই বাবিয় উপষ্ঠিত থাকে । মুকলি সভা অনুষ্ঠিত কৰা হয় তাত সভাপতি কৰে!-->…
Dr. Manmohan Singh: অসমৰ পৰা ৫ বাৰকৈ ৰাজ্যসভাৰ সাংসদ আছিল ড° মনমোহন সিং, জানক ভাৰতৰ প্ৰাক্তন…
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান। ৯২ বছৰ বয়সত দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আজি সন্ধিয়া হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত ৮:০৬ বজাত দিল্লীৰ AIIMSৰ জৰুৰীকালীন!-->…
মাতৃ হ’ল ‘গোপী বহু’!
দেৱলীনা ভট্টাচাৰ্যৰ কোলা শুৱনি কৰিবলৈ আহিল ল’ৰা নে ছোৱালী? সমাজৰ ৰঙা চকু আৰু ধৰ্মীয় বাধানিষেধক আওকান কৰিশ্বাহনৱাজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী।
মাতৃ হ’ল অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য ওৰফে সকলোৰে প্ৰিয় গোপী বহু।!-->!-->!-->…
নিশা কচুৱাৰ দা পাৰা বেলতলা দলংত ভয়ঙ্কৰ দুৰ্ঘটণা
পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজনলোক
নিশা কচুৱাৰ দা পাৰা বেলতলা দলংত ভয়ঙ্কৰ দুৰ্ঘটণা
পথৰ কাষৰ মাইল পোষ্টত বাইকৰে খুন্দা মাৰি থিতাতে নিহত হয় এজনলোক
পুৱা পথৰ দাতিত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয়লোকে
!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …….
মেষ ৰাশি - যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুজি আছে তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত ৰেহাই লৈ আহিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ!-->!-->!-->…
দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে তৈলনগৰী ডিগবৈতো পবিত্ৰ বৰদিন পালন কৰা হয় ৷
দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে তৈলনগৰী ডিগবৈতো পবিত্ৰ বৰদিন পালন কৰা হয় ৷ ডিগবৈৰ গীৰ্জা ঘৰত সমুহীয়া প্ৰাৰ্থনা কৰে লোক সকলে ৷ প্ৰাৰ্থনা কৰি বিশ্বৰ মানৱ জাতিৰ মংগল আৰু শান্তিৰ কামনা কৰা হয় ৷
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰৰ ৰিপৰ্ট।
মৰিয়নিৰ চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত।
মৰিয়নিৰ চেলেংহাটত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি তুংগত।
AV পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন আয়োজনৰ ব্যাপক প্ৰস্তুতি চলি আছে যোৰহাট জিলাৰ মৰিয়নিৰ চেলেংহাটৰ ডামচাও তিলক গগৈ!-->!-->!-->…
বাংলাদেশত হিন্দু ৰ অত্যাচাৰৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত ডিগবৈত বিশাল জনসভা ও…
বাংলাদেশত হিন্দু ৰ অত্যাচাৰৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত ডিগবৈত বিশাল জনসভা ও ধৰ্ণা প্ৰদৰ্শন:
বাংলাদেশত হিন্দু ৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে ডিগবৈ চহৰত প্ৰতিবাদ । বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উদ্যোগত চহৰখনৰ মাজমজিয়াত!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ ৰাশি : আজি আপোনাক বিশ্ৰামৰ বহুত প্ৰয়োজন লগতে ঘনিষ্ঠ বন্ধু আৰু আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। কোনোবা পূৰণি বন্ধুয়ে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে যদি আপুনি তেখেতক আৰ্থিক ভাৱে সহায় কৰে তেন্তে!-->…
কামপুৰ বজৰংবলী TVS ডিলাৰৰ দূৰ্জা পূজা উপলক্ষে অনুষ্ঠিত হোৱা লোন মেলাৰ উপহাৰ কুপনৰ দুজন ভাগ্যবান…
কামপুৰ বজৰংবলী TVS ডিলাৰৰ দূৰ্জা পূজা উপলক্ষে অনুষ্ঠিত হোৱা লোন মেলাৰ উপহাৰ কুপনৰ দুজন ভাগ্যবান গ্ৰাহকে লাভ কৰে পুৰস্কাৰ ৷ আজি দুয়োগৰাকী গ্ৰাহকক ডিলাৰ কৰ্তৃপক্ষই প্ৰদান কৰে উপহাৰ ৷