প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ

প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ |নাজিৰাৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ উদ্যোগত প্ৰাক্তন ছাত্ৰী সমাৰোহ |সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ নাজিৰা নগৰ |শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে বিভিন্ন

জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই

জনজাতিকৰনৰ দাবীত বোকাখাতত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে চুতীয়া জাতি ছাত্ৰ সন্থাই ।চুতীয়া জাতিক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চুতীয়াৰ ঐতিহাসিক সমল আৰু কীৰ্তীচিহ্ন সংৰক্ষণ কৰা, চুতীয়াৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত

আজি পুৱাতে আব্দুল ৰছিদৰ মৃতদেহ আৰক্ষীয়ে উদ্বাৰ কৰে

যোৱা বৃহস্পতি বাৰে নিশা মৰিগাঁও জিলাৰ জেলৰ পৰা পলায়ন কৰা আব্দুল ৰছিদ নামৰ কয়দি টোৰ লাহৰীঘাট, দেৱাগুৰি সোনডোবা নিজৰা বিলত মেটেকা তলত মৃতদেহ উদ্ধাৰ।আজি পুৱাতে আব্দুল ৰছিদৰ মৃতদেহ আৰক্ষীয়ে উদ্বাৰ কৰে।

ডিগবৈ আই অ চি দেৱী ঘাটত সম্পন্ন কৰা হল প্ৰতিমা বিসৰ্জন

যোৱাকালি ডিগবৈত শান্তিপূৰ্ণ ভাবে সম্পন্ন হল বিজয়া দশমীৰ লগতে ৰাৱন দাহ পৰ্ব। ডিগবৈ আই অ চি দেৱী ঘাটত সম্পন্ন কৰা হল প্ৰতিমা বিসৰ্জন। ডিগবৈ আৰক্ষী, IOCL, ডিগবৈ নগৰ সমিতি আৰু ডিগবৈ অসামৰিক চিকিৎসালয়ে পূজা বিসৰ্জনৰ বাবে লৈছিল বিশেষ তৎপৰতা।

মৈৰাবাৰীৰ শগুনবাহীত পুৱাৰ ভাগতেই বৃহৎ অজগৰ সাপ উদ্ধাৰ

মৈৰাবাৰীৰ শগুনবাহীত পুৱাৰ ভাগতেই বৃহৎ অজগৰ সাপ উদ্ধাৰ ।মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ শগুনবাহীত বৃহৎ অজগৰ সাপ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চান্চ্যল্যৰ সৃষ্টি হৈছে।শগুণবাহী গাৱৰ মনিৰুল হুদা ওৰফে বুলোৰ পাকঘৰৰ চালত ৰাতিপুৱাই প্ৰত্যক্ষ কৰে বৃহৎ অজগৰ

কচুৱাতো শৰৎ দুৰ্গো মহোৎসৱ আনন্দ

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাৰ কচুৱাতো শৰৎ দুৰ্গো মহোৎসৱ আনন্দ আৰু উল্লাসেৰে উদযাপন কৰা হয়।প্ৰতিটো পূজা মণ্ডপত দৰ্শনাৰ্থীৰ ভিৰ দেখা গৈছে। কচুৱাৰ বৰপানী চাহ বাগিচাত দৰ্শনাৰ্থীসকলে শাৰদীয়া দুৰ্গা পূজা অতি আনন্দৰে উপভোগ কৰে। পূজা মণ্ডপত

আজিৰ ৰাশি ফল…….

মেষ ৰাশি - আপোনাৰ সহজ ভাৱে লব পৰা যিকোনো সমাধান সমূহে আপোনাৰ সমস্যাসমূহ সমাধান কৰিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ লগত সকলো কথাতে সহমত নহ'বও পাৰে,

শক্তিআশ্ৰম ঐতিহাসিক বাৰোৱাৰী দূৰ্গা মন্দিৰত পূজা অৰ্চনা কেএছিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ

শক্তিআশ্ৰম ঐতিহাসিক বাৰোৱাৰী দূৰ্গা মন্দিৰত পূজা অৰ্চনা কেএছিৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ৰ ।অসংখ্য ভক্তৰ সমাগম পূজা মণ্ডপত । কোকৰাঝাৰ জিলাৰ অধিন শক্তিআশ্ৰম বাৰোবাৰী দূৰ্গা মন্দিৰত আজি নবমী তিথি উপলক্ষে আজি পূজা অৰ্চনা কৰে কেএছিৰ

নাহৰকটীয়াৰ শ্ৰী দূৰ্গোৎসৱ সমিতিয়ে আজি অষ্টমী পালন

নাহৰকটীয়াৰ শ্ৰী দূৰ্গোৎসৱ সমিতিয়ে আজি অষ্টমী পালন কৰাৰ লগতে দেৱী দুৰ্গতি নাশিনী আৰাধনা কৰে এই শ্ৰী শ্ৰী দূৰ্গোৎসৱ সমিতিৰ পূজা মণ্ডপ আৰু দেবীৰ দূৰ্গা দেৱীক চাবলৈ দৰ্শনাৰ্থীৰ বিশেষ আকৰ্ষণ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই পূজা খন বিভিন্ন প্ৰান্তত

আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ’ব ৫৫ টাকৈ…

আজি নলবাৰী ৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সম্পন্ন হ’ব বলি-বিধান৷ দেৱালয়খনত বলি দিয়া হ'ব ৫৫ টাকৈ ম’হ ৷ শাৰদীয় দুৰ্গোৎসৱক লৈ সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী ৰ বেলশৰ দেৱালয়ৰ মা দুৰ্গা মন্দিৰৰ বাকৰিত দেখা