নগাঁৱত এগৰাকী সামাজকৰ্মীৰ বিশেষ পদক্ষেপ

আজি শাৰদীয় দূৰ্গা পূজাৰ মহাষ্টমী। ৰাজ্যৰ সৰ্বত্ৰতে চলিছে উৎসৱ মুখৰ পৰিবেশ। ব্যতিক্ৰম নহয় মধ্য অসমৰ প্ৰান কেন্দ্ৰ নগাঁও জিলাও। সৰ্বসাধাৰণে কোনো অসুবিধা সন্মুখীন নোহোৱাকৈ পৰিয়াল, আত্মীয়ৰ আৰু বন্ধু বৰ্গৰ সৈতে পূজা উপভোগ কৰিবলৈ দিনে নিশাই

মৈৰাবাৰীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিন উদযাপন কংগ্ৰেছ কৰ্মীৰ।

মৈৰাবাৰীত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিন উদযাপন কংগ্ৰেছ কৰ্মীৰ। প্ৰয়াত কংগ্ৰেছ নেতা তৰুণ গগৈৰ ৯০ সংখ্যাক জন্মদিনৰ লগত সংগতি ৰাখি সমগ্র ৰাজ্যজুৰি কংগ্ৰেছে বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰিছে। সমান্তৰালকৈ মৈৰাবাৰীতো কে'ক

আজি মহাষ্টমী, একেদৰে আজি অনুষ্ঠিত হৈছে নৱমী পূজা

আজি মহাষ্টমী, একেদৰে আজি অনুষ্ঠিত হৈছে নৱমী পূজাও ৷ সমগ্ৰ ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈ বিভিন্ন অঞ্চলত দেখা গৈছে অষ্টমী আৰু নৱমী পূজাৰ উখল-মাখল পৰিৱেশ৷

চিথিলাত শাৰদীয় দূৰ্গা পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰন প্ৰতিষ্ঠিত

চিথিলাত শাৰদীয় দূৰ্গা পূজা উপলক্ষে দৰিদ্ৰ লোকৰ মাজত বস্ত্ৰ বিতৰন প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক সুকুমাৰ দেৱনাথৰ ।কেইবা সহশ্ৰাধিক লোকৰ মাজত শাৰী ধুতি আদি বস্ত্ৰ বিতৰন ব্যৱসায়ীজনৰ ।

কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গা পূজা

কোকৰাঝাৰত হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গা পূজা দুৰ্গা পূজাৰ নৱোমি দিৱসত শুকুৰবাৰে কোকৰাঝাৰ, চিৰাং, আৰু বঙাইগাঁৱত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যমেৰে উদযাপন কৰে। কোকৰাঝাৰ চহৰৰ বড়ো বজাৰত অনুষ্ঠিত ঐতিহাসিক ১৫৪ সংখ্যক দুৰ্গা পূজা

ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ

ডিগবৈত ১৯ টা নামঘৰে একত্ৰিত হৈ অনুষ্ঠিত কৰা শংকৰজন্মোৎসৱ ৰ আজিৰে আৰম্ভ । ২ নং বৰবিল সাৰ্বজনীন নামঘৰত অনুষ্ঠিত কৰা জন্মোৎসৱৰ আজি ভাগৱত ভ্ৰমনে দৃষ্টি আকৰ্ষণ কৰিছে । বিশাল ভাগৱত ভ্ৰমন ত শ শ ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে

আজি ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন

আজি ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মদিন। জন্মদিনৰ উপলক্ষে তেখেতৰ পুত্ৰ তথা যোৰহাট লোকসভা সমষ্টিৰ সা‌ংসদ গৌৰৱ গগৈক দেখা গল যোৰহাটৰ শ্ৰী শ্ৰী বুঢ়ী গোসাঁনী দেৱালয়ত চাকি- বন্তি জল্বাই মা- দুৰ্গা ৰ চৰণত আশিষ নিৰ্মালী গ্ৰহন

মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন

মৈৰাবাৰীত উলহ মালহেৰে দুৰ্গা পূজাৰ আয়োজন। পূজা মণ্ডপৰ পৰা অসমবাসীক শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান হিন্দু সম্প্ৰদায়ী লোকৰ। সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ মৈৰাবাৰীতো চলিছে দেৱী দূৰ্গাৰ পূজা অৰ্চনা । শাৰদীয় দুৰ্গা পূজাৰ সময়ত মৈৰাবাৰীৰ সাৰ্বজনীন

আজিৰ ৰাশি ফল …..

মেষ ৰাশি - আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান

প্ৰতিবাৰৰ দৰে এইবাৰো মহাসভাৰ সন্ধিয়া হাফলঙত ঘৰুৱা পৰিবেশত সপ্তম মৈত্ৰী শৰদ নম্বৰ উন্মোচন কৰা হয়

প্ৰতিবাৰৰ দৰে এইবাৰো মহাসভাৰ সন্ধিয়া হাফলঙত ঘৰুৱা পৰিবেশত সপ্তম মৈত্ৰী শৰদ নম্বৰ উন্মোচন কৰা হয়, প্ৰসংগক্ৰমে ২০১৮ চনৰ পৰাই দ্বিভাষিক (অসমীয়া আৰু বাংলা) ভাষাৰ বন্ধুত্বৰ এই পথটো চলি আহিছে। ২০১৭ চনত ডিমা হাচাও সাহিত্য সংস্কুৰ পৰিষদে