মই এতিয়াও জীয়াই আছোঁ” মৰিগাঁও জিলাৰ এগৰাকী যুৱলেখক কবি বাহাৰুল উলুম চৌধুৰীৰ প্ৰথমখন কবিতাপুথি

"মই এতিয়াও জীয়াই আছোঁ" মৰিগাঁও জিলাৰ এগৰাকী যুৱলেখক কবি বাহাৰুল উলুম চৌধুৰীৰ প্ৰথমখন কবিতাপুথি। এই কবিতাপুথি খন উন্মোচন কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাদেৱে। বাহাৰুল উলুম চৌধুৰী সংবাদজগতত এক চিনাকি নাম। সাংবাদিকতাৰ সমান্তৰালকৈ বিগত

ডিফুত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন।

১৯৫৮ বৰ্ষত আজিৰ দিনটোতে পোন প্ৰথম বাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থা। বৃহস্পতিবাবে ডিফুৰ লগতে জিলাখনৰ তিনিটা উপসন্থা বোকাজান,হামৰেন আৰু হাওৰাঘাটতো একেৰাহে চলিছে প্ৰতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী।

এইবাৰ পূজা যাবলৈ যাওঁতে হওঁক সাৱধান

এইবাৰ পূজা যাবলৈ যাওঁতে হওঁক সাৱধান ! নলবাৰীৰ এখন পূজাস্থলীত দেখা গ'ল অপৰাধী কক্ষ । ১০৫ সংখ্যক নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত সাহপুৰ দুৰ্গা পূজা মহোৎসৱৰ বাকৰিত দেখা গ'ল এই দৃশ্য ! অপৰাধী কক্ষৰ আছে নিদ্দিষ্ট ৰখীয়া, আছে বহু নিয়ম কানুন !

বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন

বোকাখাত বিহৰাৰ মিকিৰচাংৰ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে এইবাৰ হাতে কামে লাগিল সামাজিক সংগঠন বোকাখাতৰ ফেচেংবৰ হেৰিটেজ ।কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান দ্যা কৰবেট ফাউণ্ডেচনৰ সহযোগ আৰু পৃষ্ঠপোষকতাত অত্যাধুনিক টৰ্চ লাইট বিতৰণ কৰি হাতী খেদাৰ

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু

আজি ষষ্ঠী, বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ

আজি ষষ্ঠী, বেদীত দেৱীৰ প্ৰাণ প্ৰতিষ্ঠাৰে আৰম্ভ শাৰদীয় দুৰ্গোৎসৱ ৰাৱণ দহণ কাৰ্য্যসুৰ্চীয়ে ৰাইজক চমক দিবলৈ সাজু হৈছে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ পূজা কমিটি।দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ ৪৩ টা বৰ্ষত ভৰি দিছে। প্লাষ্টিক মুক্ত

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে । যিকোনো

মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শাৰদীয় দূৰ্গা পূজা উপলক্ষে কোকৰাঝাৰ আগমনক লৈ উৎফল্লিত শ্ৰীৰামপুৰ…

মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ শাৰদীয় দূৰ্গা পূজা উপলক্ষে কোকৰাঝাৰ আগমনক লৈ উৎফল্লিত শ্ৰীৰামপুৰ সমষ্টিৰ এমছিএলএ সজল সিংহ ।বিটিছি বাসীক শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন ।শাৰদীয় দূৰ্গা পূজা উপলক্ষে অহা ১০ অক্টোবৰত কোকৰাঝাৰত উপস্থিত

আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।

আজি সামৰণি পৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানস পুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।সামৰণি দিনা পুৱা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰাত হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত সমগ্ৰ নাজিৰা সমজিলা ।দুদিনীয়াকৈ শিৱসাগৰৰ গড়গাঁও

বি টি আৰৰ খোৰাঘাটৰ জয়পুৰ গাওঁত নিশা হোৱাৰ লগে— লগে চলে বনৰীয়া হাতীৰ তাণ্ডব

শেহতীয়াকৈ বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অধিনত থকা খোৰাঘাট জয়পুৰ গাওঁত নিশা হ'লে বনৰীয়া হতীৰ চলে ভয়ংকৰ তাণ্ডব ৷ বন বিভাগ ,বি টি আৰ চৰকাৰ , ৰাজ্য চৰকাৰ কিয় নিৰূভ। শ —শ বিঘা ধান খেতি বিভিন্নধৰণৰ শাক পাঁছলি বিনিষ্ট কৰে।