নাজিৰাৰ গড়গাঁৱত ৭ আৰু ৮ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা…

নাজিৰাৰ গড়গাঁৱত ৭ আৰু ৮ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ ২৮সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি সাংস্কৃতিক উপ সমিতিৰ তত্বাৱধানত প্ৰতিষ্ঠা দিৱসত পৰিবেশন হ'ব লগা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্ণ গতিত চলিছে আখৰা

দেৰগাঁৱত দাধৰা আহোম পথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

দেৰগাঁৱত দাধৰা আহোম পথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ কথমপি ৰক্ষা পৰিল এজনৰ ৷এখন এলপি গাড়ীত কাঠৰ ফান্তা কঢ়িয়াই আনিছিল ৷ স্বাগতম নামৰ এখন হোটেলত কাঠ কঢ়িয়াই অনা গাড়ীখনে দুৰ্ঘটনা ঘটাই ৷ হোটেল খনৰ বহুত ক্ষয়ক্ষতি হয় ৷হোটেলৰ গৰাকীৰ নাম ৷বুবুল শইকীয়া

ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণৰ শুভ উদ্বোধন

১৯১৮ চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত নাজিৰা নাট্য মন্দিৰৰ স্থায়ী তোৰণ খনি আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে গুৱাহাটীস্থ অসম সংগীত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সংগীত সাধক - বিশিষ্ট শিল্পী বিদ্যুৎ মিশ্ৰই । ইয়াৰ পিছতে নাজিৰা নাট্য

বুলবুলে কাছাৰ হজৰত মৌলানা ফখৰ উদ্দিন আৰু আমাৰ মাজত নাই

বৰাক উপত্যকাৰ সকলোৰ চিনাকি বৰাকবাসীয়ে হেৰুৱাইছে আন এজন ইছলামিক তাৰকা,উজ্জ্বল নক্ষত্ৰ, বিশিষ্ট ইছলামিক পণ্ডিত মৌলানা ফখৰুদ্দিন চাহাবৰ চিৰদিনৰ বাবে দেহাৱসান ঘটে।যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকাৰ পিছত অৱশেষত, শিলচৰ চাউথ চিটি হাস্পতালত ভৰ্তি

লাকুৱা চলাপথাৰ বৌদ্ধ বিহাৰত পোষণ মাহৰ সামৰণি অনুষ্ঠান

লাকুৱা শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত মাহজোৰা পোষণ মাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয় | য'ত লাকুৱা বৌদ্ধ বিহাৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা পোষণ মাহৰ লগত সংগতি ৰাখি স্বাস্থ্য বিষয়ত নাটক প্ৰদৰ্শন, খাদ্য মেলা আদি অনুষ্ঠিত কৰা হয় | প্ৰায় ৩০ টা

মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে মানকাচৰৰ বিভিন্ন অঞ্চল কেইবাখনো ৰাজহ গাওঁ এতিয়া…

মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে বুৰালে মানকাচৰৰ বিভিন্ন অঞ্চল কেইবাখনো ৰাজহ গাওঁ এতিয়া পানীৰ তলত। গাঁও কেইখন হৈছে পানকাটা, টেপৰপাৰা, কুমাৰগাতী, কালাপানী, কাজিপুৰ বিন্নাচাটা, বেঙেৰভীটা, চিৰাখোৱা, মহিশঘুমা বাঘাপাৰাকে ধৰি কেইবাখনো

হোজাইত ষ্ট্ৰিট লাইটে জ্বলাকোলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

হোজাইত ষ্ট্ৰিট লাইটে জ্বলাকোলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।যোৱা ১৫মাৰ্চ তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায় ৰেল বিভাগে নিৰ্মান কৰা উৰণীয়া সেতুৰ উদ্ধবোধন কৰিছিল।উদ্ধবোধনৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মাই ষ্ট্ৰিট লাইটৰ

নলবাৰীৰ শ’লমাৰাত চাঞ্চল্যকৰ ঘটনা।

পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহসহ এখন বাহন। AS03 AJ3927 নম্বৰৰ বাহনৰ ভিতৰত উদ্ধাৰ নলবাৰীৰ খেলুৱাৰ *ধ্ৰুৱজ্যোতি তালুকদাৰৰ মৃতদেহ। কৰ্মসূত্ৰে গুৱাহাটীত আছিল লোকজন। পুৱা ৪ বজাত ৰাইজে প্ৰত্যক্ষ কৰে বাহনখন। এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড,

নগাঁৱত ই-ৰিক্সা চালকৰ উদ্ভণ্ডালি

নগাঁৱত ই-ৰিক্সা চালকৰ উদ্ভণ্ডালি। ৰাজপথত প্ৰহাৰ কৰিলে এগৰাকী মহিলা যাত্ৰীক। পূৰৱী বৰা নামৰ এগৰাকী মহিলাক চৰিয়ালে ই-ৰিক্সা চালকে।ইয়াৰ পিছতে স্থানীয় ৰাইজে ই-ৰিক্সা চালক জনক উত্তম-মধ্যম সোধাই গতাই দিলে আৰক্ষীক।ধৃত ই-ৰিক্সা চালক জনৰ নাম

কচুৱাত সৰ্প দংশন কৰা গৰ্ভৱতী মহিলাক সুস্থ কৰি তুলিলে কচুৱা মডেল হাস্পতালৰ চিকিৎসকে ৷

নগাঁও জিলাৰ বৃহত্তৰ কচুৱাবাসীৰ বাবে এটি ভাল খবৰ ৷ সাঁপে খুঁটিলে ওঁজা বা বেজ বিচাৰি হাবাথুৰি খোৱাৰ আৰু প্ৰয়োজন নাই ৷ কচুৱা মডেল হাস্পতালতেই সম্পূৰ্ণ আৰোগ্য কৰি তুলিব পাৰে তেনে ৰোগী ৷ বৃহস্পতি বাৰে কচুৱাৰ পমিলা জাৰনীৰ এগৰাকী গৰ্ভৱতী মহিলাক