আজিৰ ৰাশি ফল ……..
মেষ ৰাশি - আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ লব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীবনত আগবাঢ়িব পাৰে।!-->!-->!-->…
মৰিগাঁৱৰ মৈৰাবাৰীত চুৰি সামগ্ৰী ক্ৰয় কৰি আটক হ’ল হাৰ্ডৱেৰ দোকানৰ স্বতাধিকাৰী
মৰিগাঁৱৰ মৈৰাবাৰীত চুৰি সামগ্ৰী ক্ৰয় কৰি আটক হ'ল হাৰ্ডৱেৰ দোকানৰ স্বতাধিকাৰী । জয় প্ৰকাশ বাৰ্ণুৱাল নামৰ ব্যক্তিজনক আটক কৰে মৈৰাবাৰী আৰক্ষীয়ে। মৈৰাবাৰী আৰক্ষীৰ জালত পৰা এটা কুখ্যাত চোৰ ৰফিকুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত চুৰি সামগ্ৰী সহ আটক!-->…
যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি আয়ুক্ত কাৰ্যালয়ৰ সমূখত উত্তাল প্ৰতিবাদ
যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰি আয়ুক্ত কাৰ্যালয়ৰ সমূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই। আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবী!-->…
চামগুৰিৰ কাৱৈমাৰীত উতপ্ত পৰিস্থিতি
চামগুৰিৰ কাৱৈমাৰীত উতপ্ত পৰিস্থিতি
কংগ্ৰেছৰ ৰেলীৰ বাহনত আগত শুই দিলে নিৰ্দলীয় প্ৰাৰ্থী মোছাব্বিৰ আলী আহমেদে
উচিত ন্যায় বিচাৰি কাৱৈমাৰী আৰক্ষী চকীৰ সন্মুখীতে পথ অৱৰোধ মোছাব্বিৰ আলীৰ লগতে মুফতি মুকিবুৰ ৰহমান আজহাৰীৰ
একেটা পথেৰে!-->!-->!-->!-->!-->!-->!-->…
পুনৰ আন এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা
পুনৰ আন এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে মৃত্যু এজন আৰু গুৰুতৰ আহত এজন। শিলচৰ মিজোৰাম সংযোগি পথত দুৰ্ঘটনা । কাজিডহৰ পয়েন্টত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত অনিজ চওহান নামৰ লোকজন আৰু আহত হৈছে চামান চওহান। বাইক আৰু!-->…
ৰকিবুল হুছেইনে পুনৰ সম্বোধন কৰিলে সংবাদ মেল
সোমবাৰে নিজা বাসগৃহত পুনৰ সংবাদমেল সম্বোধন কৰি চামগুৰি উপনিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্ছাৰ হ’ল সাংসদ ৰকিবুল হুছেইন । উপনিৰ্বাচনত তাঞ্জিলৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰম পৰ্যায়লৈ নামিছে বুলি অভিযোগ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ!-->…
শিলচৰ কালাইন পথটি পথত ভয়ঙ্কৰ পথ দুর্ঘটনা সংঘটিত হৈছে ,থিতাতে মৃত্যু 5জন যাত্রী l
শিলচৰ কালাইন পথটি পথত ভয়ঙ্কৰ পথ দুর্ঘটনা সংঘটিত হৈছে ,থিতাতে মৃত্যু 5জন যাত্রী l
শিলচৰ কালাইন ঘাইপথৰ ৰাণীঘাট অঞ্চলৰ সমীপত থকা পুৰণি লোহাৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এটা পৰিয়ালৰ চাৰিজন সদস্য সৈতে 5জন যাত্রী l এজনৰ অৱস্থা!-->!-->!-->…
আজি ১২ ঘন্টীয়া ডিব্ৰুগড়, তিনিচুকীয়া জিলা বন্ধ
আজি ১২ ঘন্টীয়া ডিব্ৰুগড়, তিনিচুকীয়া জিলা বন্ধ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ঠায়ে ঠায়ে বন্ধৰ সৰ্বাত্মক প্ৰভাব। ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত প্ৰতিবাদ। তিনিচুকীয়া ডিব্ৰুগড় জিলা বন্ধ সমৰ্থন কৰি ৰাজ পথলৈ ওলাই আহা মাকুমৰ!-->…
মিজোৰামত পাচাৰ হোৱাৰ পথত কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানাৰ ৰসায়নিক চাৰ
মিজোৰামত পাচাৰ হোৱাৰ পথত কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমানাৰ ৰসায়নিক চাৰ । গোপন সুত্ৰৰ খবৰৰ ভিত্তিত শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে এটা অভিযান চলাই মিজোৰামত যোৱাৰ সময়ত শহৰৰ মধুৰবন্দ অঞ্চলত MZ-01-N-6276 নম্বৰৰ এখন ট্ৰাকৰ পৰা ৩০০ ব্যাগ!-->…