নগাঁও আৰক্ষীৰ বৃহৎ সফলতা

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা লাওখোৱাৰ পৰা মফিজুল হকক উদ্ধাৰ ইটাপাৰৰ মফিজুল হকক অপহৰণ কৰি ছহিদুল হক আৰু শ্বৰিফুল হকে মুক্তি পন দাবী কৰি কেইবালাখ টকা দাবী কৰিছিল। পাছত ইটাপাৰা আৰক্ষীয়ে অভিযান চলাই দুই অপহৰণ কাৰীক আটক কৰা লগতে মফিজুল হকক

গণতন্ত্ৰৰ চতুৰ্থস্তম্ভত খলকনি

ছচিয়েল মিডিয়াত এতিয়া দৈনিক ঘটিছে নতুন সংযোজন ৱেব পৰ্টেলৰ | ধন ঘটনা আহিলা হৈ পৰিছে নেকি ছচিয়েল মিডিয়াৰ এই সমূহ প্লেটফৰ্ম | সংযোগ হৈছে ন ন সংবাদকৰ্মীৰ | পৰিচয় পাইছে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ | এতিয়া মূল বিষয়লৈ আহিছো, যোৱা ২৫ ছেপ্তেম্বৰত বিহুবৰ

মৈৰাবাৰিত অজগৰ সাপ উদ্বাৰ।

বুধবাৰে নিশা ১১:৪৫ মান বজাত মৈৰাবাৰী মহাবিদ্যালয়ৰ সন্মুখৰ এটা পৰিত্যক্ত ঘৰৰ পৰা ওলাই অহা এটা অজগৰ সাপে অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। কাষৰীয়া লোকৰ ঘৰত নিশা ১১ টা মান বজাত সাপটো সোমাই অহাত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু স্থানীয়

মৈৰাবাৰত চাঞ্চল্যকৰ ঘটনা।

মৈৰাবাৰত চাঞ্চল্যকৰ ঘটনা।পত্নীৰ সলনি বেলেগ মহিলাই দিলে তালাক। মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পলাশজুৰি গাঁৱত সংগঠিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা। স্বামীক পত্নীৰ সলনি বেলেগ মহিলাই দিলে তালাক। অভিযোগ অনুসৰি পলাশজুৰি গাঁৱত

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। যেতিয়া আপুুনি বিনিয়োগ কৰাৰ প্ৰশ্ন সন্মুখত আহিব

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভা

বিশ্বনাথ জিলাৰ মোনাবাৰী গাওঁ পঞ্চায়তত গাওঁ সভাপ্ৰতিখন ৱাৰ্ডৰ পৰা শতাধিক লোক ওলাই আহিল নিজৰ নিজৰ অভাৱ অভিযোগ লৈ আজি মোনাবাৰী গাওঁ পঞ্চায়তত প্ৰতিবছৰৰ দৰে এইবছৰৰো গাওঁ সভা অনুস্থিত কৰা হয় l এইবেলি দেখাগল সহস্ৰৰাধিক ৰইজ ওলাই আহিল গাওঁ

ফকিৰাগ্ৰাম সমষ্টিবাসীলৈ এখন বলেৰো বাহন প্ৰদান বিটিছিৰ ইএম অৰূপ কুমাৰ দেৰ

ফকিৰাগ্ৰাম সমষ্টিবাসীলৈ এখন বলেৰো বাহন প্ৰদান বিটিছিৰ ইএম অৰূপ কুমাৰ দেৰ ।ফকিৰাগ্ৰাম সমষ্টিৰ সৰ্বসাধাৰন ৰোগীৰ লগতে দলীয় কাৰ্যকৰ্তাৰ সুবিধাৰ্থে আজি মহালয়া তিথি আৰু গান্ধী জয়ন্তী উপলক্ষে এখন বলেৰো গাড়ী সমষ্টিবাসীৰ হাতত প্ৰদান কৰে বিটিছিৰ ইএম

আজিৰ ৰাশি ফল …..

মেষ ৰাশি -নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আজি এই ৰাশিৰ চাকৰি বিচাৰি থকা কিছুমান লোকে চাকৰি পাব পাৰে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ উন্নতি হব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত

আজিৰ ৰাশি ফল ……

মেষ ৰাশি - স্বাস্থ্যৰ ৰ ওপৰত যত্ন লোৱা আৱশ্যকতা আছে। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব,এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। সন্তানৰ লগত জড়িত সমস্যা সমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগ

আঠ দিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৈল নগৰী ডিগবৈত ৰাষ্ট্ৰীয় গ্ৰন্থমেলা আয়োজন।

চলিত বৰ্ষৰ ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখৰ পৰা ৮ তাৰিখ লৈকে ডিগবৈত সামাজিক, সাংস্কৃতিক, শিক্ষা আৰু ক্ৰীড়া উন্নয়নৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰয়াস ৰ উদ্যোগত সদৌ অসম পুথি বিক্ৰেতা আৰু প্ৰকাশন সংস্থাৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ