দেৰগাঁৱৰ এখন অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ…
দেৰগাঁৱৰ এখন অসমীয়া মাধ্যমৰ অগ্ৰণী বিদ্যালয় শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ লাইখুটা স্থাপন…
অহা ১৪ আৰু ১৫ ডিচেম্বৰত দেৰগাঁৱৰ দাধৰা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব!-->!-->!-->!-->!-->!-->!-->…
নিশা কংগ্ৰেছৰ তিনিটাকৈ বাহন ভাঙিলে দুৰ্বৃত্তইl
চামগুৰিত পুনৰ নিৰ্বাচন কেন্দ্ৰিক হিংসা। নিশা কংগ্ৰেছৰ তিনিটাকৈ বাহন ভাঙিলে দুৰ্বৃত্তই ।
পুথিখাইটিত কংগ্ৰেছৰ এখন নিৰ্বাচনী কাৰ্যালয় উদ্ধোধন কৰিবলৈ আহিছিল দুজনকৈ বিধায়কসহ কেইবাজনো নেতা।
কাৰ্যালয় উদ্ধোধন কৰি ভাষণ দিয়া সময়ত!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল……
মেষ ৰাশি - কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব!-->…
তিতাবৰৰ আমগুৰি-খৰিকতিয়া মৌজাৰ কায্যলয়ত ই-খাজানাৰ সন্দৰ্ভত সজাগতা সভা।
আজি ই-খাজানাৰ সন্দৰ্ভত এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। তিতাবৰ টাউনত অৱস্থিত আমগুৰি-খৰিকতিয়া মৌজাৰ কায্যলয়ত অনুষ্ঠিত কৰা সভাত উপস্থিত থাকে তিতাবৰ সম-জিলাৰ চক্ৰ বিষয়া প্ৰীতম কুমাৰ দাস,আমগুৰি-খৰিকতিয়া মৌজাৰ মৌজাদাৰ ৰাফিয়া আহমেদৰ লগতে স্থানীয়!-->…
মৈৰাবাৰীত বিশাল শোভাযাত্ৰাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন।
মৈৰাবাৰীত বিশাল শোভাযাত্ৰাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন।
সমগ্র অসমত ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ চলি আছে ভাষা গৌৰৱ সপ্তাহ।
অসমীয়া ভাষাক দ্ৰৌপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত ৰাজ্যজুৰি চলিছে এই ভাষা গৌৰৱ সপ্তাহ।
আজি মৰিগাঁও জিলাৰ আয়ুক্তৰ!-->!-->!-->!-->!-->!-->!-->…
সৰ্থেবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ ভিক্টৰ গ্ৰুপৰ উদ্যোগত “সৰুক্ষেত্ৰী…
ঐতিহাসিক সৰ্থেবাৰীত আজিৰে পৰা আৰম্ভ হল সপ্তদশ বাৰ্ষিক সৰুক্ষেত্ৰী গ্ৰন্থমেলা।ভিক্টৰ গ্ৰুপৰ উদ্যোগত আয়োজন কৰা সৰুক্ষেত্ৰী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে শিক্ষা বিষয়া সীমান্ত ডেকাই।প্ৰায় কুৰিটাকৈ প্ৰকাশন প্ৰতিস্থানে অংশ গ্ৰহণকৰা এই!-->…
৭০ দশকত ভূপেনদাৰ গীতত বাদ্য যন্ত্ৰ সংগত কৰা চহা শিল্পী হেম গগৈয়ে এনেদৰে স্মৰণ কৰিলে মৃত্যু তিথিত
মানুহজনৰ নাম হেম গগৈ। ঘৰ যোৰহাট জিলাৰ চেলেংহাট মাজুনগঞা গাঁৱত।আজি বহুতৰ বাবে অপৰিচিত হলেও ব্যক্তিজনৰ আছে এক সুকীয়া পৰিচয়। এই ব্যক্তিজনৰ বাঁহীৰ সুৰ আৰু ঢোল পেপাঁৰ মাতত এসময়ত প্ৰাণ পাই উঠিছিল সুধাকণ্ঠৰ বহুকেইটা কালজয়ী গীত। তেওঁ ৭০ দশকতে!-->…
জাআলি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰাজমানী চুড়ান্ত নৈশ ফুটবল খেল সফল সামৰণি
নগাঁৱৰ কচুৱাৰ ৰজাআলি আঞ্চলিক ক্ৰীড়া সংস্থাৰ উদ্যোগত ৰজাআলি খেলপথাৰত বাৰ্ষিক এককালিন প্ৰাজমানী ফুটবলৰ চুড়ান্ত খেলখন সোমবাৰে নিশা অনুষ্ঠিত হয় । এই প্ৰাজমানী ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ডিমাপুৰ টাউন ক্লাব এফ চি ফুটবল দল বনাম !-->…
আজিৰ ৰাশি ফল…….
মেষ ৰাশি - সুস্থ শৰীৰৰ বাবে বহুত দূৰলৈ খোজ কাঢ়ি ফুৰক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব , আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ!-->!-->!-->…
বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠান সম্পন্ন
বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা মহাৰজত জয়ন্তীৰ উদ্ধোধনী অনুষ্ঠান সম্পন্ন
যোৰহাট জিলাৰ ইতিহাস প্ৰসিদ্ধ বামুণ পুখুৰীৰ পাৰত অৱস্থিত গৰিমামণ্ডিত আৰু প্ৰাচীন শিক্ষানুষ্ঠান বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বৰ্ষজোৰা!-->!-->!-->!-->!-->…