কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি গঠন।
কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি গঠন। নগাঁও জিলাৰ কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত গেৰজাইপাম আঞ্চলিক কমিটি গঠন কৰা হয়৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোচাব্বিৰ আলী আহমেদৰ
!-->!-->!-->!-->!-->…
দূৰ্গা পূজালৈ মাথো কেইটিমান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।
দূৰ্গা পূজালৈ মাথো কেইটিমান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।
এইবাৰ তেজপুৰতো দেখা গৈছে ব্যপক প্ৰস্তুতি। উলেখ্য যে, দূৰ্গা পূজালৈ কেইটামান দিন থকাৰ পূবে মৃত শিল্পসকলে প্ৰতিমা নিৰ্মাণৰ কাম দিনে ৰাতিয়ে প্ৰায়!-->!-->!-->!-->!-->!-->!-->…
স্বাধীনতাৰ ৭৭ টা বৰ্ষৰ পিছতো নিৰ্মাণৰ মুখ দেখা নাই সৰুপথাৰ সমষ্টিৰ এটা পথে।
স্বাধীনতাৰ ৭৭ টা বৰ্ষৰ পিছতো নিৰ্মাণৰ মুখ দেখা নাই সৰুপথাৰ সমষ্টিৰ এটা পথে।হয়, সমষ্টিটোৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ পূব-বৰপথাৰ গাঁৱ পঞ্চায়তৰ অধীনৰ ঘনশ্যাম বৰুৱা পথৰ পৰা-বাৰমুখীয়া সংযোগী পথৰ দূৰাৱস্থাৰ বাবে জ্বলা-ক'লা খাইছে!-->…
কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি গঠন।
কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতি গঠন।
নগাঁও জিলাৰ কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ অন্তৰ্গত গেৰজাইপাম আঞ্চলিক কমিটি গঠন কৰা হয়৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মোচাব্বিৰ আলী আহমেদৰ সভাপতিত্বত!-->!-->!-->…
দূৰ্গা পূজালৈ মাথো কেইটিমান।
দূৰ্গা পূজালৈ মাথো কেইটিমান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ব্যাপক প্ৰস্তুতি ।
এইবাৰ তেজপুৰতো দেখা গৈছে ব্যপক প্ৰস্তুতি। উলেখ্য যে, দূৰ্গা পূজালৈ কেইটামান দিন থকাৰ পূবে মৃত শিল্পসকলে প্ৰতিমা নিৰ্মাণৰ কাম দিনে ৰাতিয়ে প্ৰায় ১১ জন!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে।আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুহি লয় আনকি জীৱনটোৰ আয়ু কম কৰি দিব। পূৰণি নিৱেশৰ বাবে আপোনাৰ আয়ত বহুত বৃদ্ধি হৈ থাকিব। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব!-->…
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা শাৰদীয় দুর্গা পূজাত পূজা সমিতিসমূহে মানি চলিবলগীয়া কেতবোৰ…
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা শাৰদীয় দুর্গা পূজাত পূজা সমিতিসমূহে মানি চলিবলগীয়া কেতবোৰ নীতি নির্দেশনা
কৰিবলগীয়া :
১. অনুভাষ যন্ত্র (Loud Speaker) ৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পৰ্কীয় নিয়ম-নীতি সাৱধানে মানি চলিব।
!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশি ফল …..
মেষ ৰাশি - আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভূগিছে কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে। বৰিষ্ঠ জনৰ স্বাস্থ্য চিন্তাৰ কাৰক হৈ উঠিব পাৰে। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক।!-->…
নগাঁৱৰ জাজৰীত ন বোৱাৰীক হত্যাৰ অভিযোগ
নগাঁৱৰ জাজৰীত ন বোৱাৰীক হত্যাৰ অভিযোগ
ৰাসায়নিক দ্ৰব্য খোৱাই হত্যাৰ কৰাৰ সন্দেহ পৰিয়ালৰ
জাজৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিলে স্বামী প্ৰভাত দাসৰ বিৰুদ্ধে
নতুনকৈ সপোন দেখিবলৈ আৰম্ভ কৰিছিল হে তাই, কিন্তু আধাতে মৰহিল!-->!-->!-->!-->!-->!-->!-->…
লাহৰীঘাটৰ দাতীয়ালবড়ীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
লাহৰীঘাটৰ দাতীয়ালবড়ীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
আজি পুৱাৰ ভাগতে লাহৰীঘাটৰ দাতীয়ালবড়ীৰ দলঙৰ তলত উদ্ধাৰ হয় এটি মৃতদেহ।
পুৱাৰ ভাগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা মৃতদেহটোৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
মৃত!-->!-->!-->!-->!-->!-->!-->…