এক চেটেলাইট চেনেলৰ সাংবাদিক জড়িত কিশোৰ অপহৰণকাৰী চক্ৰত
এক চেটেলাইট চেনেলৰ সাংবাদিক জড়িত কিশোৰ অপহৰণকাৰী চক্ৰতৰাইজে হাতলুটে ধৰে সদা বিতৰ্কিত সাংবাদিক ভাস্কৰ দাহালকঅভিযোগ ওঠামতে সোমবাৰে সন্ধিয়া ফিলবাৰীৰ এটি ১৬ বছৰীয়া কিশোৰক বলপূৰ্বক বাহনত তুলি নিছিল তিনিজনীয়া অপহৰণকাৰীৰ দলেঘটনাৰ!-->…
চাহ বাগিচাত এতিয়া বোনাচক লৈ নহয় বেতনক লৈহে প্ৰতিবাদ।
চাহ উদ্যোগৰ প্ৰায় দুশ বছৰেই হ’ল। এই দুশবছৰীয়া কাৰ্যকালত নানান সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে।
শ্ৰমিকৰ আৱাসগৃহ ,বিশুদ্ধ খোৱাপানী . আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবেই যুগ যুগ ধৰি চাহ শ্ৰমিকৰ সংগ্ৰাম অব্যাহত আছে। যদিও মালিকপক্ষৰ কেকোঁৰা!-->!-->!-->…
আজি বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।
সমগ্ৰ ৰাজ্যতে বিশ্বকৰ্মা পূজাঁ পালন কৰাৰ সমান্তৰালকৈ নগাঁৱতো নগাঁও জিলা ট্ৰাক চালক ও শ্ৰমিক সন্থাৰ সৌজন্যত পালন কৰা পৰিলক্ষিত হৈছে বিশ্বকৰ্মা পূজা।
Grx+ Anchor+ vo :- জাতি, ধৰ্ম, লিংগ নিৰ্বিশেষে সকলোৱে সম্প্রতিৰ নিদর্শনেৰে পালন কৰা হৈছে!-->!-->!-->…
মায়ঙত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজন সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ #
আজি দোপৰীয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত এজনক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ ৷ জানিব পৰা মতে মৰিগাৱৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাত ঝাৰগাৱৰ দৈপড়াৰ পেট্ৰল পাম্পৰ ওচৰত এক ভয়ংকৰ বাইক এক্সিডেণ্টৰ ঘটনা সংঘটিত হয় ৷!-->…
এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ’ল ট্ৰেডিং প্ৰসংগত ।
এইবাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সৰৱ হ'ল ট্ৰেডিং প্ৰসংগত ।অসমীয়া ৰাইজৰ ভূমিকা আৰু ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অভিনেতা ৰবি শৰ্মাই ক'লে 'মই এইবোৰত নাই ' ।নতুন অসমীয়া ছবি 'ৰুদ্ৰ' ৰ শ্বুটিংৰ বাবে বোকাখাতত উপস্থিত হোৱা ৰবি!-->…
কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে…
আজি বিশ্ব খনিকৰ বিশ্ব কৰ্মা পূজা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বংশৰত ভাই ভাই মিস্ত্ৰী মজদুৰ সন্থাৰ উদ্যোগত প্ৰায় ২০০ জন মিস্ত্ৰীৰ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব কৰ্মা পূজা। লগতে এই পূজাত অঞ্চলটোৰ বহু গণ্য মান্য ব্যক্তি!-->…
নাজিৰাৰ বালিঘাট ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলত বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা উদ্যাপন
আজি বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উদ্যাপন কৰা হৈছে বিশ্বকৰ্মা পূজা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰা বালিঘাটস্থিত শিক্ষানুষ্ঠান ৱেদ একাডেমী চিনিয়ৰ চেকেণ্ডেৰী স্কুলটো উদ্যাপন কৰা হৈছে!-->…
ডিমহাছাৱাৰ হাফলঙত দেৱ শিল্পী ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰা হয়।
ৰাজ্যৰ প্ৰতিটো কোণৰ লগত খাপ খুৱাই আজি পাহাৰীয়া জিলা ডিমহাছাৱাৰ হাফলঙত দেৱ শিল্পী ভগৱান বিশ্বকৰ্মাৰ পূজা উদযাপন কৰা হয়। আজি পুৱাৰে পৰা হাফলং চহৰৰ প্ৰতিটো পূজা মণ্ডপত ৰাইজে বিশ্বকৰ্মাক পূজা কৰা দেখা যায়।
আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা।
আজি মঙ্গলবাৰ ১৭ ছেপ্টেম্বৰ দিনা সমগ্ৰ দেশে পালন কৰিছে বিশ্বকৰ্মা পূজা। এই বিশ্বকৰ্মা পূজা সকলোৱে আনন্দ কৰা দেখা যায়। হিন্দু ধৰ্মত বিশ্বকৰ্মা পূজাা মহত্ব অধিক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ৰেল নগৰী লামডিঙততো উদযাপন কৰা হয়!-->…
আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা
:আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাইৰ বজাৰৰ বিভিন্ন ঠাইত বিদ্যুত বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব কৰ্মা পূজা।ধূপ-দ্বীপ, নৈবৈদ্য আৰু পুৰহিতৰ মন্ত্ৰ উচ্চাৰণৰে মুখৰিত হৈ পৰে!-->…