অসম চৰকাৰে ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া বাবে অহাকালি যি পৰীক্ষা অনুষ্ঠিত…

ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী কৰী বিদ্যালয় আৰু শক্তিআশ্ৰম স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ত ব্যপক প্ৰস্তুতি ।অসম চৰকাৰে ADRE অৰ্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়া বাবে অহাকালি যি

নাহৰকটীয়াৰ অসম চাহ মজদুৰ সংঘ এ চি এম

নাহৰকটীয়াৰ চাহ বাগিছা প্ৰাথমিক গোট । অসম চাহ কৰ্মচাৰী সংঘ । এ চি কেচ। আৰু নাহৰকটীয়াৰ চাহ বাগিছা যুৱ সংঘ উদ্যোগত আৰু নাহৰকটীয়াৰ চাহ বাগিছা সমুহ ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক কৰম সম্মিলন উদযাপন কৰা হৈছে দুই দিনিয়া কাৰ্যসূচীৰে নাহৰকটীয়াৰ

নগাঁৱৰ কাতিমাৰীৰ ৩৪নং চি আৰ পি এফ জোৱানে বন্দুকৰ পৰিবৰ্তে হাতত তুলি ল’লে ঝাড়ো

নগাঁৱৰ কাতিমাৰিস্থিত চি অৰ পি এফ বেটেলিয়নৰ প্ৰশংসনীয় প্ৰদক্ষেপ । স্বচ্ছতা অভিযানৰ লগত সংগতি ৰাখি শনিবাৰে পুৱাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ৰ চৌহদত চাফাই অভিযান চি আৰ পি এফৰ ৩৪ নংবেটেলিয়নৰ জোৱানৰ । এই কাৰ্যসূচীৰ মূল উদেশ্য

গোসাইগাঁৱৰ বাজুগাঁৱত বৃহত পৰিমানৰ বাৰ্মিজ চুপাৰি জব্দ

আজি পুঁৱা গোসাইগাঁৱৰ ১ নম্বৰ বাজুগাঁৱত শিমুলটাপু আৰক্ষীয়ে এখন বাহনৰ পৰা ২৮ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰে WB 69 A 5733 নম্বৰৰ টাটা আইচাৰ বাহনেৰে মেঘালয়ৰ পৰা আনিছিল জব্দকত বাৰ্মিজ চুপাৰি সমুহ।১ নম্বৰ বাজুগাঁৱত তহল দি থকা সময়ত আৰক্ষীয়ে

মৈৰাবাৰীত চোৰৰ আক্ৰমণত আহত

কালৰো কাল বিপৰীত কাল।মৈৰাবাৰীত চোৰে ডেগাৰেৰে আক্ৰমণ কৰি আহত কৰিলে এজনক।আজি সন্ধিয়া মৈৰাবাৰীৰ নজৰুল ইছলাম নামৰ লোকজনৰ ঘৰত চুৰি কৰিবলৈ আহি হাতে লুটে কৰায়ত্ত হোৱাৰ পিছতলোকজনক ডেগাৰেৰে আক্ৰমণ কৰিলে এটা চোৰে। চুৰটোৰ নাম মুস্তফা আলি। ঘৰ তাঁতীকটা

হোজাই ডংকি গাওঁত গাওঁ ৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা

হোজাই ডংকি গাওঁত গাওঁ ৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত কৰা হয় সজাগতা সভা।উক্ত সভাত উপস্থিত থাকে অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লভ তামুলী, হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰা আৰু বিশিষ্ট ব্যক্তি

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ধৰ্ষণৰ ঘটনা ।

ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ধৰ্ষণৰ ঘটনা ।দক্ষিণ কামৰূপৰ পলাশবাৰীত সংঘটিত হয় এই ঘটনা।পলাশবাৰীৰ হুদুমপুৰৰ এচ বি এল বিস্কুট প্ৰাইভেট লিমিটেড নামৰ বিস্কুট ফেক্টৰীত ঠিকাদাৰ হিচাপে কাম কৰাকলিকতাৰ যুৱকৰ ধৰ্ষণৰ বলি হল কাৰ্বি আংলঙৰ এগৰাকী

ৰাশিফল…

মেষ ৰাশি - ভাল বস্তু সমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। অনুভৱী ব্যক্তিৰ পৰামৰ্শ অবিহনে এনে একো কাম নকৰিব যাৰ ফলত আৰ্থিক হানি হয়। শিশু সমূহে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰাব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন

দক্ষিণ কামৰূপ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ উদ্যোগত নৱাগত আদৰণী সভা অনুষ্ঠিত।

বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ মিৰ্জাৰ আগশাৰীৰ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ত নৱাগত আদৰণী সভা অনুষ্ঠিত কৰা হয়।ইয়াৰ লগত সংগতি ৰাখি পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, প্ৰাচীৰ পত্ৰিকা "অংকুৰ" উন্মোচন কৰা হয় আৰু লগতে

তিতাবৰত ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু

তিতাবৰত অঘটন । ৰেলৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু । ৰেল লাইনৰ কিনাৰেৰে গৈ থকা অৱস্হাত ৰঙিয়াডিব্ৰুগড়ৰ এক্সপ্ৰেছৰ খুন্দাত নিহত হয় মহিলা গৰাকী ।বৰ্তমানেও চিনাক্ত হোৱা নাই মহিলা গৰাকীৰ পৰিচয় । ঘটনা স্হলিত মৰিয়নী ৰেলুৱে পুলিচ উপস্হিত হৈ মৃতদেহটো