মৰিয়নিৰ চেলেংহাটস্থিত অইল মেস্ক কোম্পানীৰ তৈল ক্ষেত্ৰত আটছাৰ প্ৰতিবাদl

মৰিয়নিৰ চেলেংহাটস্থিত অইল মেস্ক কোম্পানীৰ তৈল ক্ষেত্ৰত আটছাৰ প্ৰতিবাদ: মৰিয়নিৰ অইল মেক্স কোম্পানীৰ তৈল ক্ষেত্ৰত পুৱাই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।তৈল ক্ষেত্ৰৰ ভিতৰত কৰ্মচাৰী সকলৰ মাজত অসমীয়া ভাষাত কথা পতাত বাধা দিয়াৰ অভিযোগ

চিথিলাৰ সংকৰপাত অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰশিলা স্থাপন।

চিথিলাৰ সংকৰপাত অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰশিলা স্থাপন। কোকৰাঝাৰ জিলাৰ অধিন চিথিলাৰ সংকৰপাত আজি অনূসূচীত জাতি সাংস্কৃতিক আৰু বিকাশ ভৱনৰ আধাৰ শিলা স্থাপন কৰা হয়। আধাৰ শিলা স্থাপন কৰে ইউপিপিএলৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ

ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন।

ঐতিহ্যমণ্ডিত বোকাখাতৰ শ্ৰী শ্ৰী চিকন আতা থানৰ ৩৭৫ সংখ্যক তিথি উদযাপন। বোকাখাতৰ চিকন আতা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু সমূহ বোকাখাত বাসী ৰাইজৰ সহযোগত ৩৭৫ সংখ্যক মৃত্যু তিথি উদযাপন হয়।হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত বৈছে চিকন আতা

এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ।

এক ভয়ংকৰ ঘটনাই জোকাৰিছে লখিমপুৰ। লখিমপুৰৰ বৰবছাত চাঞ্চল্যকৰ হত্যাকাণ্ড। পত্নীক হত্যা কৰি নিজেও চৰমপন্থা ল'লে এজন আৰক্ষী কনিষ্টবলে। লখিমপুৰৰ প্ৰায় সকলোৰে চিনাকি আৰক্ষী কনিষ্টবল বসন্ত শইকীয়াই সংঘটিত কৰিলে এনে ভয়ানক ঘটনা। গৃহ

ডিগবৈত আছুৱে দাহ কৰিলে শক্তি মন্ত্ৰীৰ প্ৰতিমূৰ্তি।

সমগ্ৰ ৰাজ্যত অত্যাধিক বিল, অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে স্মাৰ্ট মিটাৰে জ্বলা কলা খোৱাই অহাৰ সময়তেই আজি আছু তিনিচুকীয়া জিলা সমিতিৰ আহ্বানত ডিগবৈ শ্বহীদ বেদীত ডিগবৈ আঞ্চলিক সমিতিয়ে শক্তি মন্ত্ৰী প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত ‘অ আতা’ নামেৰে গীত মুকলি।

অসমৰ জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশৰ কণ্ঠত 'অ আতা' নামেৰে গীত মুকলি। দেহাজান এলবামৰ জৰিয়তে ৰাইজৰ মাজত অতি পৰিচিত নাম দক্ষিণ কামৰূপৰ মিৰ্জাৰ কুমাৰ ভৱেশ। এটাৰ পিছত আন এটা গীতেৰে ৰাইজক আমোদ দি আহিছে জনপ্ৰিয় কন্ঠশিল্পী কুমাৰ ভৱেশে। পুনৰ

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ।

কচুৱাৰ গেৰজাইপামৰ এগৰাকী মাদ্ৰাছাৰ ছাত্ৰ নিৰুদ্দেশ। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপাম গাঁৱৰ মুশ্বাৰফ হুছেইন নামৰ এগৰাকী ১৩ বছৰীয়া মাদ্ৰাছাৰ ছাত্ৰ সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৱা

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ।

কোকৰাঝাৰত মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ । অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে নাথ যোগী জনগোষ্ঠীৰ জনজাতিকৰনৰ আবেদন কৰা নাই বুলি শৰৎকালীন অধিবেশনত প্ৰকাশ কৰাত ক্ষোভিত । জনজাতিকৰন নাথ যোগী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী ।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত।

দলৈগাঁও সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত। আজি মৰিগাঁও জিলাৰ দলৈগাঁও সমবায় লিমিটেডৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। কছাৰীগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা সাধাৰণ সভাত সমিতিৰ দীৰ্ঘকালীন পৰিকল্পনা আৰু আয়-ব্যয় বাজেট গ্ৰহণ।

বজ্রপৰি এগৰাকী ৫৫ বছৰীয়া লোকৰ মৃত্যু

মৰিগাওঁ জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ঠেংখালি গাঁৱৰ হাৰুণ আলী নামৰ ব্যক্তিজন আজি পথাৰত কাম কৰিবলৈ যায় আৰু কাম কৰি পথাৰৰ এটা জুপুৰি ঘৰত জিৰণি লোৱাৰ সময়তেই প্ৰচণ্ড ঢেৰেকণি পৰি সম্পূৰ্ণ ঘৰখন জ্বলি যায় আৰু মানুহ জনো থিতাতে মৃত্যু হয়।*ওচৰত