গোসাঁইগাঁৱত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদl

গোসাঁইগাঁৱত অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ গোসাঁইগাঁও,২৮আগষ্ট:- স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ ।আজি গোসাঁইগাঁও সদৰ চহৰৰ মাজমজিয়াত স্থিত গোসাঁইগাঁও বিদ্যুৎ বিভাগ

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকালৈ মৈৰাবাৰী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি।

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকালৈ মৈৰাবাৰী প্ৰেছ ক্লাৱৰ শ্ৰদ্ধাঞ্জলি। যোৱাৰাতি এটা পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা 'জিলা মিডিয়া ক্লাৱ'ৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকাৰ আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

নগাঁৱৰ পাথৰিত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা ।

নগাঁৱৰ পাথৰিত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । অবৈধ মাতৃত্বৰ বোজা সহিব নোৱাৰি সন্তান প্ৰসৱ কৰি নিজ সন্তানক দলিয়ালে জংঘললৈ ৷ এই ঘটনা স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি নৱজাতক সহ প্ৰসূতি গৰাকীক লগে লগে পাথৰি আয়ুষ্মান আৰোগ্য

দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন।

দক্ষিণ কামৰূপৰ নহিৰা আৰু ৰাজাপুখুৰীত শ্ৰীকৃষ্ণৰ নন্দোৎসৱ উদযাপন। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পিছতে হিন্দু ধৰ্মাৱলম্বী লোক সকলে পালন কৰে নন্দোংসৱ । কৃষ্ণৰ জন্মৰ আনন্দতে সকলোৱে বোকাত নৃত্য কৰি ফুৰ্টি কৰাৰ পৰম্পৰা আজিও চলি আহিছে দক্ষিণ কামৰূপৰ

নগাঁৱত মাছ প্ৰৱেশৰ বাধা বীৰ লাচিত সেনাৰ বিষয়ববীয়াক আটক

নগাঁৱৰ বৰবজাৰৰ মাছৰ বজাৰত জুৰীয়া,ধিঙৰ মাছ সোমোৱাব নোৱাৰিব বুলি বৰবজাৰৰ মৎস্য ব্যৱসায়ী সকলক আহ্বান জনোৱাৰ পাছতেই বীৰ লাচিত সেনাৰ দুগৰাকীকো লোকক সোধপোছৰ বাবে আটক কৰিছে নগাঁও সদৰ আৰক্ষীয়ে ।আটক কৰিছে নগাঁও জিলা বীৰ লাচিত সেনাৰ মুখ্য

আজিৰ ৰাশিফল…..

মেষ ৰাশি - বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ'ব। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ'ব লগীয়া হ'ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত

অসম আৰক্ষীয়ে মঙলবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সুদেমফুৰি জংঘলৰ পৰা বৃহৎ পৰিমাণৰ…

অসম আৰক্ষীয়ে মঙলবাৰে কোকৰাঝাৰ জিলাৰ কচুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সুদেমফুৰি জংঘলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰে। আৰক্ষীৰ সূত্ৰৰ মতে, এক গোপন সূত্ৰৰ পিছতে জংঘলত লুকুৱাই থোৱা ৭টা হাতেৰে নিৰ্মিত ৰাইফলৰ সৈতে এটা এ কে ৪৭ উদ্ধাৰ কৰে।

আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া।

আছাম ফিছ চাপ্লাই ইউনিয়নৰ উজনি লৈ তিনিখন মাছৰ গাড়ী যোৱাক লৈ প্ৰক্ৰিয়া। নগাওঁ আৰু মৰিগাঁও জিলাৰ আছাম ফিছ চাপ্লাই ইউনিয়নৰ উপ-সভাপতিয়ে উজনি অসমলৈ মাছৰ গাড়ী যোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।তিনিখন গাড়ী নজনাকৈ গুচি গৈছিল বুলি জনালে উপ-সভাপতি

প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ’ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড…

প্যাৰ ইসক আউৰ মহাব্বত। প্ৰেমৰ বাবেই মাৰপিট। প্ৰেমিক গ'ল হস্পিতালত, প্ৰেমিকাৰ ঘৰ ভাঙি লণ্ড ভণ্ড। প্ৰেমিকাৰ ঘৰৰ পৰা টকা—পইচা লুটি নিয়াৰ অভিযোগ প্ৰেমিকৰ পৰিয়ালৰ বিৰুদ্ধে। এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৰ কুটি