সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদ মুকলি আকাশৰ তলত।

সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলাৰ সভাপতি মোছাব্বিৰ আলী আহমেদ মুকলি আকাশৰ তলত। যোৱা কালি সদৌ অসম গৰীয়া জাতীয় পৰিষদে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি মোছাব্বিৰ আলী আহমেদৰ বিৰুদ্ধে জাজৰী থানাত এক এজাহাৰ

আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন।

আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন। পবিত্ৰ জন্মাষ্টমীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাট আমৰাঙ্গাৰ শ্ৰীশ্ৰী গোপীনাথ সত্ৰত পবিত্ৰ জন্মাষ্টমী পালন কৰা হয়। ইয়াৰ লগত

শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা।

শিৱসাগৰত আইন,শান্তি শৃংখলা ভংগ কৰাৰ শংকা। শিৱসাগৰত পুনৰ বণ্ড ছাইন অভিযান জিলা প্ৰশাসনৰ। জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়ালৈ চমন। প্ৰতিবাদ, উত্তেজনাপূৰ্ণ মন্তব্য দিলেই গ্ৰেপ্তাৰৰ লগতে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ন্যায় সুৰক্ষা সংহিতা ১৬৪(১)

ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী…

ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতি, ধিং বজাৰ ব্যৱসায় সমিতি আৰু ধিংবাসী ৰাইজৰ সহযোগত ১২ ঘণ্টীয়া অনশন। প্ৰতিবাদ স্থলীত উপস্থিত বিধায়ক অখিল গগৈ। বিধায়ক অখিল গগৈয়ে নিজা ববিয়াকৈ ছোৱালী জনীৰ সকলো পঢ়া শুনাৰ

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালনl

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালনআজি শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষত ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ সমাবেশ পৰিলক্ষিত হৈছে।পুৱা প্ৰাত: প্ৰসংগকে ধৰি কৃষ্ণ

চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু…

চচাইটি ফৰ বলি মৰা থান চিতা কুণ্ড পৰ্যটন প্ৰকল্পৰ সাধাৰণ সভা ২০২১-২০২৪ বৰ্ষ আৰু বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সমাপণ ।। byte অসম প্ৰেক্টকেমেকেলচৰ উপাধ্যক্ষ হেমন্ত গগৈbyte সভাপতি পৰ্যটন প্ৰকল্পৰ কৃষ্ণ কান্ত হাজৰিকা Vo আজি ইংৰাজী

নগাঁও কলেজৰ অৱ এডুকেশ্বন উদ্যোগত সামগ্ৰীক উন্নয়ন বাবে ভাৰতীয় জ্ঞান ব্যবস্থাৰ ওপৰত অন্ত ৰাষ্ট্ৰীয়…

নগাওঁ শিক্ষাৰ্থী সকলে ভাৰতীয় পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ পুনৰ্জীৱিত কৰাৰ লক্ষ্যৰে এই সন্মিলনৰ আয়োজন কৰে। ভাৰতীয় জ্ঞান ব্যৱস্থাই বিভিন্ন সমসাময়িক প্ৰত্যাহ্বান সমূহৰ সৈতে মোকাবিলা কৰিব পৰা মূল্যবোধৰ অন্তৰ্দৃশ্য প্ৰদান কৰে।‌ এনে ধৰণৰ

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ…

গোলাঘাটৰ সৰুপথাৰত স্মাৰ্ট মিটাৰৰ আতিশয্য, বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাযৰ্সূচী । অসম চৰকাৰ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুৎ মাচুল হ্ৰাস কৰক ইত্যাদি শাসক

হাঁহচৰাত বিষ্ণু-জ্যোতিৰ দিহানাম কৰ্মশালা সম্পন্ন

যোৰহাট জিলাৰ চেলেংহাটৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান বিষ্ণু-জ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজি হাহঁচৰাস্থিত শ্বপিং প্লাজাত এদিনীয়া দিহানামৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে অহা ভাদ মাহৰ ২২ তাৰিখে টীয়ক কলীয়াপানী স্থিত

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ ।

আজি জন্মাষ্টমী । হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰত মুখৰিত হৰি নামৰ ধ্বনি। গোলাঘাট জিলাৰ বৰপথাৰৰ গেলাবিল নামঘৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে নামঘৰ। পুৱাৰে পৰা আৰম্ভ হৈছে