মিজোৰামত যথেষ্ট হাৰত বিয়পিছে এক মাৰাত্মক ৰোগ!
মিজোৰামত দ্ৰুতগতিত বৃদ্ধি পাইছে হিউমেন ইমিউন’ডেফিচিয়েন্সি ভাইৰাছ অৰ্থাৎ HIV। উত্তৰ-পূব ৰাজ্যখনত HIV ৰ প্ৰাদুৰ্ভাৱৰ হাৰ ২.৭৩ শতাংশ, যি ৰাষ্ট্ৰীয় গড় ০.২তকৈ বহু বেছি।
মিজোৰাম ষ্টেট এইডছ কণ্ট্ৰল ছ’চাইটি (এমএছএচিএছ)ৰ প্ৰকল্প সঞ্চালক!-->!-->!-->!-->!-->…
মাজনিশা প্ৰায় আঢ়ৈ বাজিছিল তেতিয়া, হঠাৎ সকলোৰে মাজত লাগিল হাহাকাৰ! তাৰপিছত…
মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও মহাদেৱৰ আৰধানাত ব্যস্ত আছিল। সময় তেতিয়া ২ বাজি ২৫ মিনিট। হঠাৎ কঁপি উঠিল ধৰিত্ৰী।
01
মাজনিশা প্ৰায়বোৰ লোকে শুই। অৱশ্যে মহাশিৱৰাত্ৰিৰ বাবে বহু লোকে নিশাও!-->!-->!-->!-->!-->!-->!-->!-->!-->…
অফিচত বহি ঘণ্টাৰ পিছত ঘণ্টা কাম কৰে নেকি? স্নায়ুৰ ক্ষতি হোৱাৰ আশংকা থাকে
ডিজিটেল ডেস্কঃ আজিকালি মানুহৰ জীৱনশৈলী দ্রুতগতিত সলনি হৈছে। খাদ্যৰ সমান্তৰালকৈ মানুহৰ জীৱনশৈলীও বহুত সলনি হৈছে। তদুপৰি আজিকালি আমাৰ কামৰ ধৰণো বহু পৰিমাণে সলনি হৈছে। আজিকালি বহুতে নিজৰ লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰি ঘণ্টাৰ পিছত ঘণ্টা!-->!-->!-->…
কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধাই বিপদত দৰা, বিবাহস্থলীত লাগে হুৱা-দূৱা
বিবাহ অনুষ্ঠানত দৰাই ভুলতে কইনাৰ সলনি কইনাৰ ঘনিষ্ঠ বান্ধৱীক মালা পিন্ধোৱাৰ ফলত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। উত্তৰ প্ৰদেশৰ বাৰেলী জিলাৰ এখন বিবাহ অনুষ্ঠানত ২৬ বছৰীয়া দৰা ৰবীন্দ্ৰ কুমাৰে প্ৰথমে মদ্যপান কৰি বিবাহস্থলীত উপস্থিত হয়!-->!-->!-->…
১৮ দিন পূৰ্বে বিয়োগ হৈছিল মাতৃৰ, নিষ্ঠুৰ নিয়তি কাঢ়ি নিলে সাহসী আৰক্ষী বিষয়া বিৰিঞ্চি দাসক
মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যু। ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ’ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস। নিশাৰ মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু!-->!-->!-->…
‘জীৱন আৰু, কি কৰিব…, অ মা.. চা চোন…’’ মাতৃৰ নিথৰ দেহৰ কাষত ‘ট্ৰেজেডী কিং’ মৃদুল ভূঞাৰ…
ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদূল ভূঞাৰ মাতৃৰ বিয়োগ। বুধবাৰে লখিমপুৰত নাটক কৰিবলৈ সাজু হোৱাৰ সময়তে দুখৰ খবৰটো লাভ কৰে বলিষ্ঠ অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে।
01
!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আজিৰ ৰাশিফল
মেষ-আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ কামত সাৱধানতা অৱলম্বন কৰিব। বিদ্যাত উত্তম৷ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ। শুভ নম্বৰ-৪, শুভ ৰং-বগা
বৃষ-আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব!-->!-->!-->!-->!-->…
‘দোষী সাংসদৰ ওপৰত আজীৱন নিষেধাজ্ঞা আৰোপ কৰাটো উচিত নহয়’, সৰ্বোচ্চ ন্যায়ালক উত্তৰ কেন্দ্ৰৰ
দোষী সাংসদ-বিধায়কসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত স্থায়ী নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদনত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আদালতত কয় যে অপৰাধমূলক গোচৰত দোষী সাব্যস্ত হোৱা!-->!-->!-->…
মহাকালৰ মহা-আৰতি, মহা শিৱৰাত্ৰিত বাবা বিশ্বনাথৰ আচৰিত ৰূপ
আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে দেশৰ প্ৰধান শিৱ মন্দিৰ ভক্তিৰ এক আচৰিত সংগম দেখা গৈছে। উজ্জয়িনৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত মহাকালৰ এক ভৱিষ্যৎ মহা আৰতিৰ আয়োজন কৰা হৈছে, য’ত বাবা মহাকালক দৰা হিচাপে সজাই তোলা হৈছে।
আজি ৪৪ ঘন্টা খোলা থাকিব!-->!-->!-->!-->!-->…
Maha Shivratri 2025 : আজি মহাশিৱৰাত্ৰি! উপবাসে থাকি শিৱলিংগত কি অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব?
মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত আৰু বিশেষ কিছুমান সমগ্ৰী নিবেদন কৰিলে শুভ ফল পাব পাৰি। যিবোৰ নিবেদন কৰিলে মহাদেৱ সন্তুষ্ট হয়। শিৱলিংগ পানী বা গাখীৰেৰে অভিষেক কৰাৰ লগতে আৰু কি কি নিবেদন কৰিলে উপকাৰ হয় জানি লওক।
01
আজি!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…