তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।

তিতাবৰত পুখুৰীত পৰি মহিলাৰ মৃত্যু।তিতাবৰ আমগুৰিখাট ৰজাবাৰী ফৌৰ্যদাচুকত সংঘটিত হৈছে এই ঘটনা ।আজি বীয়লি নিজ গৃহৰ বাৰীত থকা পুখুৰীত বাচন ধুবলৈ গৈ সন্ধানহীন আছিল দীপালি গগৈ নামৰ প্ৰায় ৩৫ বছৰীয়া মহিলা গৰাকী। SDRF য়ে পুখুৰীৰ পৰা উদ্ধাৰ কৰে মহিলা

তিনিচুকীয়াত কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা

তিনিচুকীয়া জিলা কাৰাটে চেম্পিয়ন প্ৰতিযোগিতা জিলা খনৰ ৩.৫ শতাধিক প্ৰতিযোগী অংশ গ্ৰহণ | তিনিচুকীয়া জিলা কাৰাটে সন্থাৰ ৪তম কাৰাটে চেম্পিয়ন প্ৰতিযোগীতা ধলা ছৈখোৱা মুকলি মঞ্চত ছৈখোৱা কাৰাটে সন্থাৰ উদ্যোগত এদিনীয়াকৈ তিনিচুকীয়া জিলা কাৰাটে

আজি জন্মাষ্টমী ।

হিন্দু ধৰ্মাৱলম্বী লোকৰ এটা পবিত্ৰ উৎসৱ । ৰাজ্যৰ প্ৰতিটো নামঘৰ মন্দিৰত বিশাল আয়োজন । উত্তৰ গুৱাহাটীৰ "হৰেকৃষ্ণ মন্দিৰত" জন্মাষ্টমীৰ বিস্তৃত কাৰ্যসূচী । সজাই পৰাই তোলা হৈছে মন্দিৰ । পুৱাৰে পৰা আৰম্ভ হৈছে ভক্তৰ আগমন ।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি।

দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি। দেউবাৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত দখলা মঠাউৰীৰ চʼকত দখলা শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। এই উপলক্ষে অনুষ্ঠিত

চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ।

চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিৰ শপত গ্ৰহণ। আজি চুতীয়া যুৱ সন্মিলন অসম,ধনশিৰি জিলা সমিতিয়ে শপত গ্ৰহণ কৰে।এই শপত গ্ৰহণ অনুষ্ঠান সৰুপথাৰস্থিত সতী সাধিনী ভৱনত অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰি পুৱা পাতাকা উত্তোলনৰে আজিৰ অনুষ্ঠানটো

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত…

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আজি বোকাজান জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্য্যালয়ত বোকাজান আঞ্চলিক জাতীয় মহিলা পৰিষদৰ এখন নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি গঠনৰ সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়,উক্ত সভাত সভাপতি আসন গ্ৰহণ

নগাঁৱত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ

নগাঁৱত শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰিছে এজাহাৰ নেতাদ্বয়ৰ উচতনিমূলক বক্তব্যৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল সংগঠনটোৰ বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনাৰ নেতাদ্বয়ে ধিঙৰ

দৰং জিলাৰ মঙলদৈত দৈনিক মাছ বজাৰত উতপ্ত পৰিস্থিতি।

মঙ্গলদৈত দৈনিক মাছ বজাৰত উতপ্ত পৰিস্থিতি।নৰেন হাজৰিকা নামৰ লোক এজনে মঙলদৈৰ দৈনিক মাছ বজাৰত কৰিছিল দৰদাম , সেই লৈ নৰেন হাজৰিকা মাছৰ ব্যৱসায়ীয়ে মাৰপিট কৰে। এই খৱৰ বিয়পি পৰাৰ লগে লগেই উপস্থিত হয় স্থানীয় হিন্দু লোক সকল।লগে লগেই

মহাৰাষ্ট্ৰৰ এই জন ব্যক্তিৰ পৰা নকল সোণৰ মূৰ্তি দেখুৱাই ফতেহপুৰৰ ছাদ্দাম হুছেইনে লুটিলে চাৰি…

মহাৰাষ্ট্ৰৰ এই জন ব্যক্তিৰ পৰা নকল সোণৰ মূৰ্তি দেখুৱাই ফতেহপুৰৰ ছাদ্দাম হুছেইনে লুটিলে চাৰি লক্ষ্যধিক টকা। উপায়বিহীন হৈ মহাৰাষ্ট্ৰৰ ব্যক্তি জন কাষ চাপিল লখিমপুৰ বঙালমৰা আৰক্ষীৰ ওচৰত । মহাৰাষ্ট্ৰৰ ব্যক্তিজনৰ গোচৰৰ ভিত্তিত বঙালমৰা