বোকাখাতত চোৰ চাফাই অভিজান

বোকাখাতত চোৰ চাফাই অভিজানবোকাখাত বালিজানৰ বাস্তৱ হাজৰিকাৰ ঘৰৰ পৰা চোৰে লৈ গ'ল নগদ ধন, সোনৰ গহনা, লেপটপ আৰু CC কেমেৰা। ঘৰত মানুহ নথকাৰ সুযোগলৈ চোৰে চলালে চাফাই অভিযান।পৰিয়ালৰ লোক শিৱসাগৰলৈ যোৱাৰ সুযোগ লৈ ঘৰৰ খিড়ীকিৰ গ্ৰীল ভাঙি চোৰ প্ৰৱেশ

বোকাখাতত ছাগলী চুৰৰ সন্ত্ৰাস

বোকাখাতত ছাগলী চুৰৰ সন্ত্ৰাসশেহতীয়াকৈ চহৰখনত চুৰৰ উপদ্ৰৱে জনসাধাৰণক চিন্তিত কৰি তুলিছে ৷ এইবাৰ দিন দুপৰতেই সংঘটিত হৈছেচুৰিকাণ্ড ৷ বোকাখাতৰ বিভিন্ন অঞ্চলত আজি কিছু দিনৰ পৰা ছাগলী চুৰে সন্তাশ চলাই আহিছে আজি দুপৰীয়া বোকাখাতৰ নাহৰজানৰ

গুৱাহাটীৰ পাছত এতিয়া নগাঁৱত কৃত্ৰিম বানপানী।

গুৱাহাটীৰ পাছত এতিয়া নগাঁৱত কৃত্ৰিম বানপানী। কৃত্ৰিম বানপানীত ডুব গৈছে নগাওঁ চহৰৰ কেইবাটাও অঞ্চল। নগাওঁ চহৰৰ আই.টি.আই পথ, লক্ষীনগৰ চাৰিআলিকে আৰু নগাঁও জিলা কংগ্ৰেছ অফিচকে আদি কৰি কেইবাটাও অঞ্চল এতিয়া ডুব গৈছে বানপানীত। ধাৰাষাৰ

চাপৰৰ হাতিপোতা , ধীৰঘাট,চিৰাকুটা আদি অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান।

চাপৰৰ হাতিপোতা , ধীৰঘাট,চিৰাকুটা আদি অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰিয়ালসকলক উচ্ছেদ কৰে প্ৰশাসনে। উল্লেখ্য যে ৰাষ্ট্ৰীয়ঘাইপথৰ ফ'ৰলেণ্ড নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হয় পৰিয়ালৰ লগতে ঘৰ দুৱাৰ

চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ কফ চিৰাপ জব্দ

চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিষিদ্ধ কফ চিৰাপ জব্দ পালচাৰ বাইকেৰে কঢ়িয়াই আনিছিল নিষিদ্ধ কফ চিৰাপ খিনি এক গোপন সূত্ৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলায় অভিযান চাপৰ বজাৰৰ মাজমজিয়াত নিষিদ্ধ কপ'চিৰাফৰ

ডিগবৈত পুনৰ সক্ৰিয় ৰূপত তেল চুৰি চক্ৰ।

ডিগবৈত পুনৰ সক্ৰিয় ৰূপত তেল চুৰি চক্ৰ। গোলাইস্থিত টাৰ্মীেলৰ পৰা চলিছে পেট্ৰল - ডিজেলৰ কলা বেহা। পূৰ্বৰ দৰে ধাবাই ধাবাই পুনৰ চলিছে নেকি তেলৰ ৰোমৰমীয়া বেহা। টাৰ্মীনেলৰ পৰা উলোৱা টেংকাৰৰ পৰা তেল কাতিং কৰাৰ ভিদিঅ ভাইৰেল হৈছে সামাজিক মাধ্যমত।

উধাৰবন্দ বিধায়কৰ ঘৰৰ ওচৰতে স্তব্ধ হৈ পৰিছে পানী প্ৰকল্প।

উধাৰবন্দ বিধায়কৰ ঘৰৰ ওচৰতে স্তব্ধ হৈ পৰিছে পানী প্ৰকল্প। খাছপুৰ চাহ বাগিচাৰ এই প্ৰকল্পৰ পানী যোগান আঠ দিনৰ পৰা বন্ধ কৰি ৰখা হৈছে । স্থানীয় ৰাইজে বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম উদাসীনতাৰ অভিযোগ উত্থাপন কৰিছে l ভিআইপি পথৰ কাষত প্ৰকল্পটোৰ

হাতীখুলি কাণ্ডত অসমজুৰি জ্বলিছে জুই ৷

হাতীখুলি কাণ্ডত অসমজুৰি জ্বলিছে জুই ৷ বিশ্বনাথ জিলা আটছাইও বিহালীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমজুৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷চৰকাৰ ,চৰকাৰৰ গৃহ বিভাগ আৰু পুলিচ প্ৰশাসনে হাতীখুলিত অমানুষিক শক্তি প্ৰদৰ্শন কৰি লাঠিচালনা কাৰ্যত

ডিগবৈ দুলীয়াজানৰ সংযোগী পথত পুখুৰী সদৃশ গাত।

ডিগবৈ দুলীয়াজানৰ সংযোগী পথত পুখুৰী সদৃশ গাত। কানসাৰ নাই বিধায়ক, অইল , আই অ চি ৰো নাই গুৰুত্ব: আছুৰ ক্ষোভ। ডিগবৈ শোধনাগাৰৰ গাতে লাগি থকা ডিগবৈ দুলীয়াজান সংযোগ পথটোৰ ডিগবৈ পৌৰ সভা এলেকাধীন অংশত প্ৰকাণ্ড প্ৰকাণ্ড গাতে সাধাৰন লোকক

কামৰূপ জিলা পৰিবহণ কাৰ্যালয়ত বাহন চালনৰ প্ৰশিক্ষণৰ সামৰণি

কামৰূপ জিলা পৰিবহণ কাৰ্যালয়ত বাহন চালনৰ প্ৰশিক্ষণৰ সামৰণি ১ জুলাইত আৰম্ভ হৈছিল মাহযোৰা প্ৰশিক্ষণ ড০ বাণীকান্ত কাকতি বঁটা প্ৰাপক যুৱক-যুৱতীক প্ৰদান কৰা হৈছিল প্ৰশিক্ষণ