পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ।

পদব্ৰজে কেদাৰনাথ ধাম দৰ্শনৰ ইচ্ছা দুই যুৱকৰ। যোৰহাটৰ দুই যুৱক ক্ৰমে ভাস্কৰ জ্যোতি কলিতা আৰু মাধুৰ্য বৰাই খোজ কাঢ়িয়েই আৰম্ভ কৰিছে যাত্ৰা। যোৰহাটৰ পৰা যাত্ৰা আৰম্ভ কৰি ৬ টা দিনৰ অন্তত তেওঁলোক দুয়ো শনিবাৰে উপস্থিত হয়হি নগাঁৱত। প্ৰদূষণ

ভেজাল সুৰা লগত জড়িত দুই সুৰা মাফিয়াক কোকৰাঝাৰ আৰক্ষীৰ জিন্মাদ।

ভেজাল সুৰা লগত জড়িত দুই সুৰা মাফিয়াক কোকৰাঝাৰ আৰক্ষীৰ জিন্মাদ। ভেজাল সুৰাৰ মাফিয়া বঙাইগাওৰ প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক যোৱা ৫ জুনত বঙাইগাওৰ পৰা আটক কৰাত সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষীয়ে।যোৱা ৫ জুনত বঙাইগাঁওৰ পৰা কোকৰাঝাৰ থানাত আটক কৰি

তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি বছৰি ১০০ খন আসনৰ নামভৰ্তিৰ…

অসমবাসীৰ বাবে এক ডাঙৰ খবৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰি বছৰি ১০০ খন আসনৰ নামভৰ্তিৰ অনুমোদন জনাইছে। এই সংযোজনৰ লগে লগে অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা এতিয়া ১৩খনলৈ বৃদ্ধি

হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ।

হোজাইত মাটিৰ দালালৰ বিৰুদ্ধে সংবাদমেল এগৰাকী ভুক্তভোগীৰ। প্ৰদীপ চৌহান নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে সংবাদমেল আয়োজন কৰিলে লালবিহাৰী গুপ্তা নামৰ এজন লোকে। প্ৰদীপ চৌহান নামৰ ব্যক্তিজনে লালবিহাৰী গুপ্তাৰ হোজাই ৰাজহ চক্ৰৰ অধীনৰ ৰামপুৰ কিছামতৰ

শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ’ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল কৈ ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চ'ৰ শিঙাৰপাক, তাৰাঙ্গাপুৰ বেলতলী চ'ৰ আদিকে ধৰি প্ৰায় অধিকাংশ গাৱ পানীৰ তলত। ধীৰেৰচৰ তাৰংগাপুৰ গাঁৱ পঞ্চায়তৰ লগতে পুঠিমাৰী, হাতীপোতা, শালকোচা গাঁৱ পঞ্চায়তো

সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ ।

সন্ধান দিওঁতালৈ ১০ হাজাৰ টকাৰ পুৰস্কাৰ । পত্নীক হেৰুৱাই দিশহাৰা এগৰাকী স্বামী। পৰকীয়া প্ৰেমে ধ্বংস কৰিলে এখন সুখৰ সংসাৰ । খুলশালীয়েকক লৈ পলাল ভিনিহীঘটনা ৰূপহীহাটৰ। ৰূপহীহাটৰ কাঠপাৰাৰ চফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ সাতমাহ পূৰ্বে

শিলচৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰত অঘটন l

শিলচৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰত অঘটন l নিশা এখন ৰিকাভাৰী ভেনে শিলচৰৰ তাৰাপুৰ উৰণীয়া সেঁতুৰ ওপৰৰে এখন ট্ৰাক টানি কৰিমগঞ্জৰ দিশে লৈ গৈ থকাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা। উৰণীয়া সেঁতুৰ শেষত অৰ্থাৎ ই এণ্ড ডি কলনী অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই এখন

মাতৃক বিচাৰি হাহাকাৰ এটা হাতী পোৱালি ।

মাতৃক বিচাৰি হাহাকাৰ এটা হাতী পোৱালি । হোজাইৰ হাৱাইপুৰত উদ্ধাৰ এটা বন্যহস্তীৰ পোৱালী। নিশাৰ ভাগত বন্যহস্তীৰ এটা জাকৰ পৰা বিচ্ছেদ হৈ বন্যহস্তীৰ পোৱালীটো হোজাই যমুনাচিট আৰু হাৱাইপুৰ অঞ্চলৰ জনাঞ্চলত প্ৰৱেশ কৰে। জনাঞ্চলত প্ৰৱেশ কৰি স্থানীয়

কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হাহাঁকাৰ পৰিস্থিতি ।

কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত হাহাঁকাৰ পৰিস্থিতি । ৩৯ জনকৈ প্ৰকল্প সুৰক্ষা কৰ্মীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাকলৈ হৈছে সৃষ্টি হৈছে এনে পৰিস্থিতিৰ । লেঙেৰীস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যালয়ৰ সন্মুখতে পৰিয়ালসহ প্ৰতিবাদ সাব্যস্ত