অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে।

অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবদ এটা টকাও সংগ্ৰহ নকৰে।অসমত যিধৰণে বিনামূলীয়া শিক্ষা যিধৰণে আগবঢ়াইছে তেনে ব্যৱস্থা আন ৰাজ্যত নাই। :-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ৰূপহীহাটৰ বানাক্ৰান্ত অঞ্চল নিশাই পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ।

ৰূপহীহাটৰ বানাক্ৰান্ত অঞ্চল নিশাই পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ।লাওখোৱাৰ ভূৰবন্ধাৰ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ বুজ লয় বান পৰিস্থিতিৰ।বানাক্ৰান্তৰ ৰাইজৰ কাৰণে প্রয়োজনীয় খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানীৰ লগতে পশু ধনৰ খাদ্যও যোগান ধৰিব

অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰ চাৰিলেনযুক্ত পথ/লাচিত মৈডামত এই মন্তব্য…

টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰৰগতিৰ বুজ লয় লগতে অহা ডিচেম্বৰ অথবা এপ্ৰিল ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ

গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে…

গ্ৰন্থ দিৱস উপলক্ষত টীয়কৰ সদাব্যস্ত ব্যৱসায়িক প্ৰতিষ্ঠানত গ্ৰন্থদান পাত্ৰ স্থাপন কৰি আদৰ্শ দেখুৱালে বলমা 'ক' শিক্ষাখণ্ডৰ শিক্ষকসকলেTEOK:আজি যোৰহাট দিৱস।যোৰহাট দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত গ্ৰন্থ দিৱস উদযাপন

ধুবুৰী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মধাহ্ন ভোজনৰ চাউল চুৰিৰ ঘটনাই।ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং…

ধুবুৰীৰ গোলকগঞ্জৰ বুৰীৰ মাৰাই ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষকৰবিৰুদ্ধে চাউল অভিযোগ। ধুবুৰী জিলাৰ গোলকগঞ্জ শিক্ষা খণ্ডৰ অন্তৰ্গত বুৰীৰ মাৰাই গাওঁৰ ২২৭ নং টুমপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক নাজিমুল হক নামৰ শিক্ষকগৰাকীয়ে শিক্ষাৰ

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিলে শিলচৰৰ ৰাইজ ।

পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিলে শিলচৰৰ ৰাইজ । দীৰ্ঘদিন ধৰি শিলচৰ চহৰৰ মাজ মজিয়াৰ ৰাজপথৰ দুৰঅবস্থাই জীয়াতু ভোগাইছে শিলচৰবাসীক। সমান্তৰালকৈ পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবে প্ৰতিদিনাই সংঘটিত হৈ আহিছে দুৰ্ঘটনা। আনহাতে পথ

অসভ্য নিৰ্লজ্জ,বিভিসৎ।পিতৃ শব্দক কলঙ্কৃত কৰিলে এগৰাকী পিতৃয়ে।

নিজ পিতৃৰ লগতেই সুৰক্ষিত নহয় জীয়ৰী। ৰাজ্যত পুনৰ কামাতোৰ পিতৃৰ কামনাৰ বলি হল এগৰাকী নাবালিকা জীয়ৰী। টীয়কৰ জগদুৱাৰ বাগানত সংঘটিত হৈছে মানৱ সমাজক কলংকিত ঘটনা।পৰেশ ৰাজোৱাৰ নামৰ এগৰাকী কলংকিত পিতৃয়ে সংঘটিত কৰিলে এই ঘটনা।চতুৰ্থ

নগাঁৱৰ আগশাৰী প্ৰতিষ্ঠান ৰটাৰী ক্লাবৰ উল্লেখযোগ্য পদক্ষেপ

নগাঁৱৰ আগশাৰী প্ৰতিষ্ঠান ৰটাৰী ক্লাবৰ উল্লেখযোগ্য পদক্ষেপদৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণআমলাপট্টি শংকৰদেৱ শিশু নিকেতনত এটা ডিজিটেল শ্ৰেণীকোঠা আৰু পুথিভঁৰাল মুকলি বুধবাৰে নগাঁও জিলাৰ আমলাপট্টি স্হিত শংকৰদেৱ শিশু নিকেতনত এটা

নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।নগাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী লাওখোৱা কাণ্ডৰ বিৰুদ্ধে আমছুৰ এই প্ৰতিবাদ।উল্লেখ্য যে লাওখোৱা অভয়াৰণ্যৰ ধিংবৰীছাপৰিত বন কৰ্মীৰ গুলীত প্ৰাণ হেৰুৱাইছিল একেখন ঘৰৰে দুই ভাতৃয়ে।সংৰক্ষিত

ভালুকমাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থা।

ভালুকমাৰী গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পথৰ দুৰৱস্থা।২০২১আৰু ২০২২বৰ্ষৰ পথ নিৰ্মাণৰ আচঁনিৰ কামত দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ।পঞ্চায়ত প্ৰতিনিধি নৰোত্তম দাসে ৮লাখ ৯৯ হাজাৰ ৩৪৪ টকা ৯৭ পইচা আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ